HomeClass 12 ৰাজনৈতিক বিজ্ঞান PDF Notes
Class 12 ৰাজনৈতিক বিজ্ঞান PDF Notes
Class 12 ৰাজনৈতিক বিজ্ঞান PDF Notes

Class 12 ৰাজনৈতিক বিজ্ঞান PDF Notes

₹199
₹149
Saving ₹50
25% off
Product Description

Class 12 ৰাজনৈতিক বিজ্ঞান PDF Notes BUY Now


Class 12 Arts ৰ এক বিশেষ গুৰুত্বপূৰ্ণ বিষয় হল Political Science তথা ৰাজনৈতিক বিজ্ঞান। আজি আমি Class 12 Political Science Assamese Medium তথা অসমীয়া মাধ্যমৰ দ্বাদশ শ্ৰেণীৰ ৰাজনৈতিক বিজ্ঞানৰ সূচীপত্ৰ (Full Syllabus Class 12 P.Sc Assamese Medium) ৰ বিষয়ে আলোচনা কৰিবৰ প্ৰয়াস কৰিছো।


  • শীতল যুদ্ধৰ যুগ
  • দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
  • আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
  • ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
  • সাম্প্রতিক দক্ষিণ এছিয়া
  • আন্তর্জাতিক সংগঠন
  • সাম্প্রতিক বিশ্বত নিৰাপত্তা
  • পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
  • বিশ্বায়ন
  • জাতি গঠনৰ প্ৰত্যাহ্বান
  • এক দলীয় প্রাধান্যৰ যুগ
  • পৰিকল্পিত বিকাশৰ ৰাজনীতি
  • ভাৰতৰ বৈদেশিক সম্বন্ধ
  • কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুন-প্রতিষ্ঠা
  • গণতন্ত্রৰ সংকট
  • গণ আন্দোলনৰ অভ্যুত্থান
  • আঞ্চলিক আকাংক্ষাবোৰ
  • ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ



আপুনি ইচ্ছা কৰিলে Class 12 Political Science Assamese Medium Question Answer PDF Buy কৰিব পাৰিব।


Share

Secure Payments

Shipping in India

Great Value & Quality
Create your own online store for free.
Sign Up Now